আন্তৰ্জাতিক অলিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী : International Olympic Committee চমুকৈ IOC ) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee ) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।
কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা , ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।
১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।[ 1] পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত জাপান ৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত জাপান ক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত কোৰিয়া ৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি চোভিয়েত ইউনিয়ন ৰ বিভাজন,জাৰ্মানী ৰ বিভাজন আৰু একীকৰণ, যুগোশ্লাভিয়া ৰ খণ্ডিতকৰণ, ছেক্শ্লা্ভাকিয়া ৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন ]
প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো আন্তৰ্জাতিক অলিম্পিক সমিতি ৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।[ 2] [ 3]
বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)[ সম্পাদনা কৰক ]
বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (ৰাষ্ট্ৰীয় অলিম্পিক কমিটি ) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
OMA
[142]
ওমান
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
QAT
[155]
কাটাৰ
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
YEM
[202]
য়েমেন
১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।[ 5] যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।
Code
Nation/Team
Other codes used
AHO
নেডাৰলেণ্ডচ এনটাইল্লেচ
ANZ
অষ্ট্ৰেলেছিয়া
BOH
বহেমিয়া
BWI
ব্ৰিটিছ ৱেষ্ট ইণ্ডিছ
ANT (1960, 1968), WID (1964)
EUA
Unified Team of Germany
GER (1956–1964)
EUN
Unified Team
FRG
পশ্চিম জাৰ্মানী
ALL (1968 W), ALE (1968 S), GER (1972–1976)
GDR
পূব জাৰ্মানী
ADE (1968)
SCG
ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো
YUG (1996 S-2002 W)
TCH
চেক’শ্লভাকিয়া
CSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S)
URS
ছ'ভিয়েট সংঘ
SOV (1968 W)
YUG
য়ুগোশ্লভিয়া
JUG (1956–1960, 1968 W), YUS (1964 S)
ZZX
Mixed teams
===Obsolete codes===
IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:
১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে . HOL পৰিবৰ্তিত কৰি NED কৰা হয়।
ইৰাণৰ নাম Islamic Republic of Iran' হোৱা বাবে IRN সলাই ইৰাণৰ ক'ড IRI কৰা হয়, ১৯৯২ পিছৰ পৰা।
ANZ : ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড ANZ আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।[ 5] to identify the team from Australasia ,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।
EUA : IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ EUA ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।
EUN : ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ EUN ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল বাল্টিক দেশ বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।
IOP :ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ যুগোশ্লাভিয়া ৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’ (Independent Olympic Participants) হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে IOP ক’ড স্থিৰ কৰা হৈছিল।
IOA : ২০০০ চনত ‘টিমৰ লেষ্টে’ (Timor-Leste) ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ ( Individual Olympic Participants) হিচাপে IOA ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই IOA ২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট ( Independent Olympic Athletes) , ইয়াত আগৰ নেডাৰলেণ্ড এণ্টিলেচ ৰ এথলেট সকলৰ লগতে দক্ষিণ চুডান ৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।
IOC :২০১০ চনৰ এচিয়ান গেমচ কুটেইট ৰ এথলেট সকলক বুজাবলৈ IOC ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।
ZZX : নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ ZZX ক’ড ব্যৱহাৰ কৰা হয়( যেনে ফ্ৰান্স আৰু ব্ৰিটেইন ৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।
(PDF) VII Olympic Winter Games Cortina d'Ampezzo 1956 Official Report . প্ৰকাশক Rome: Società Grafica Romana. পৃষ্ঠা. 70. http://www.la84foundation.org/6oic/OfficialReports/1956/orw1956.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Robert Rubin (PDF). VIII Olympic Winter Games Squaw Valley California 1960 Final Report . California Olympic Commission. পৃষ্ঠা. 92. http://www.la84foundation.org/6oic/OfficialReports/1960/1960w.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Giacomini, Romolo (May 1963) (PDF). The Games of the XVII Olympiad Rome 1960, The Official Report of the Organizing Committee, Volume 2 . প্ৰকাশক Rome: Carlo Colombo. পৃষ্ঠা. 56. http://www.la84foundation.org/6oic/OfficialReports/1960/OR1960v2pt1.pdf । আহৰণ কৰা হৈছে: 2008-02-04 .
(PDF) The Official Report of the Games of the XVIII Olympiad, Tokyo 1964, Volume II . প্ৰকাশক Tokyo: The Organizing Committee for the Games of the XVIII Olympiad. October 1966. পৃষ্ঠা. 1. http://www.la84foundation.org/6oic/OfficialReports/1964/or1964v2pt1.pdf । আহৰণ কৰা হৈছে: 2008-02-04 .
(PDF) Xth Winter Olympic Games Official Report . Comité d'Organisation des xèmes Jeux Olympiques d'Hiver de Grenoble. 1969. পৃষ্ঠা. 401. http://www.la84foundation.org/6oic/OfficialReports/1968/or1968.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Trueblood, Beatrice (1969) (PDF). The Official Report of the Organizing Committee of the Games of the XIX Olympiad Mexico 1968, Volume 3: The Games . Organizing Committee of the Games of the XIX Olympiad. পৃষ্ঠা. 16–17. http://www.la84foundation.org/6oic/OfficialReports/1968/1968v3pt1.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(PDF) The Official Report of XIth Winter Olympic Games, Sapporo 1972 . The Organizing Committee for the Sapporo Olympic Winter Games. 1973. পৃষ্ঠা. 434–455. ISBN 0-900315-05-9 . http://www.la84foundation.org/6oic/OfficialReports/1972/orw1972.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Kunze, Herbert (1974) (PDF). The official report of the Organizing Committee for the Games of the XXth Olympiad Munich 1972, Volume 3 The competitions . প্ৰকাশক Munich: proSport. পৃষ্ঠা. 14. http://www.la84foundation.org/6oic/OfficialReports/1972/1972s3.pdf । আহৰণ কৰা হৈছে: 2008-02-04 .
(ed.) Bertl Neumann (PDF). XII.Olympische Winterspiele Innsbruck 1976 Final Report . Organizing Committee for the XIIth Winter Olympic Games 1976 at Innsbruck. পৃষ্ঠা. 163. http://www.la84foundation.org/6oic/OfficialReports/1976/orw1976.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Chantigny, Louis (1978) (PDF). Games of the XXI Olympiad Montréal 1976 Official Report, Volume III Results . প্ৰকাশক Montreal: COJO 76. পৃষ্ঠা. 7. http://www.la84foundation.org/6oic/OfficialReports/1976/1976v3.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(ed.) I. T. Novikov (1981) (PDF). Games of the XXII Olympiad Moscow 1980, Volume 3 Participants and Results . প্ৰকাশক Moscow: Fizkultura i Sport. পৃষ্ঠা. 9–10. http://www.la84foundation.org/6oic/OfficialReports/1980/or1980v3.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(PDF) Official Report of the Organising Committee of the XlVth Winter Olympic Games 1984 at Sarajevo . প্ৰকাশক Sarajevo: Oslobodenje. 1984. পৃষ্ঠা. 89–90. http://www.la84foundation.org/6oic/OfficialReports/1984/or1984w.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Perelman, Richard B. (1985) (PDF). Official Report of the Games of the XXIIIrd Olympiad Los Angeles 1984, Volume 2 Competition Summary and Results . Los Angeles Olympic Organizing Committee. পৃষ্ঠা. 202. ISBN 0-9614512-0-3 . http://www.la84foundation.org/6oic/OfficialReports/1984/1984v2.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(ed.) Rodney Chapman (1988) (PDF). XV Olympic Winter Games Official Report . Calgary Olympic Development Association. পৃষ্ঠা. 621–645. ISBN 0-921060-26-2 . http://www.la84foundation.org/6oic/OfficialReports/1988/orw1988pt1.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Lee Kyong-hee (September 1989) (PDF). Games of the XXIVth Olympiad Seoul 1988 Official Report, Volume 2: Competition Summary and Results . Seoul Olympic Organizing Committee. পৃষ্ঠা. 150–161. http://www.la84foundation.org/6oic/OfficialReports/1988/1988v2.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(ed.) Claudie Blanc, Jean-Marc Eysseric (1992). "Results" (PDF). Official Report of the XVI Winter Olympic Games of Albertville and Savoie . প্ৰকাশক Albertville, France: Comité d'organisation des XVIes Jeux olympiques d'hiver d'Albertville et de la Savoie. পৃষ্ঠা. 3. ISBN 2-9507109-0-5 . Archived from the original on 2008-02-26. https://web.archive.org/web/20080226202512/http://www.la84foundation.org/6oic/OfficialReports/1992/orw1992.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Cuyàs, Romà (1992) (PDF). Official Report of the Games of the XXV Olympiad Barcelona 1992, Volume IV The Games . COOB'92. পৃষ্ঠা. 396–397. ISBN 84-7868-097-7 . http://www.la84foundation.org/6oic/OfficialReports/1992/1992s4.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
"Volume IV" (PDF). Official Report of the XVII Olympic Winter Games . 1994. পৃষ্ঠা. 63. http://www.la84foundation.org/6oic/OfficialReports/1994/E_BOOK4.PDF । আহৰণ কৰা হৈছে: 2008-01-31 .
(ed.) Watkins, Ginger T. (1997) (PDF). The Official Report of the Centennial Olympic Games, Volume III The Competition Results . প্ৰকাশক Atlanta: Peachtree Publishers. পৃষ্ঠা. viii–ix. ISBN 1-56145-150-9 . http://www.la84foundation.org/6oic/OfficialReports/1996/1996v3.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
(ed.) Shinano Mainichi Shimbun (1998). "Volume Three Competition Results and Participants" (PDF). The XVIII Olympic Winter Games Official Report . The Organizing Committee for the XVIII Olympic Winter Games, Nagano 1998. পৃষ্ঠা. 12. ISBN 4-7840-9827-5 . Archived from the original on 2008-02-26. https://web.archive.org/web/20080226202657/http://www.la84foundation.org/6oic/OfficialReports/1998/Vol3_e.pdf । আহৰণ কৰা হৈছে: 2008-01-31 .
Sydney Organising Committee for the Olympic Games. (2001). "National Olympic Committees" (PDF). Official Report of the XXVII Olympiad, Volume Three: Results . Sydney Organising Committee for the Olympic Games. পৃষ্ঠা. 1–5. ISBN 0-9579616-1-8 . http://www.la84foundation.org/6oic/OfficialReports/2000/Results.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .
"List of National Olympic Committees Participating in the XIX Olympic Winter Games in Salt Lake City" (PDF). International Olympic Committee. 2002-01-30. http://multimedia.olympic.org/pdf/en_report_258.pdf । আহৰণ কৰা হৈছে: 2008-02-07 .
(ed.) Skarveli, Efharis; Zervos, Isabel (November 2005) (PDF). Official Report of the XXVIII Olympiad, Volume Two: The Games . Athens 2004 Organising Committee for the Olympic Games. পৃষ্ঠা. 528–529. ISBN 960-88101-7-5 . http://www.la84foundation.org/6oic/OfficialReports/2004/or2004b.pdf । আহৰণ কৰা হৈছে: 2008-02-05 .